মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ গৃহ আৰু ৰাজনৈতিক

অনুসন্ধান আয়োগ

অনুসন্ধান আয়োগ আইন ১৯৫২ ৰ অধীনত সমগ্ৰ ভাৰতত অনুসন্ধান আয়োগ নিযুক্ত কৰা হয়। ৰাজহুৱা গুৰুত্ব বহন কৰা নিশ্চিত বিষয়ৰ অনুসন্ধান আৰু সেই অনুসৰি কাৰ্য্য সম্পাদনৰ উদ্দেশ্যে অনুসন্ধান আয়োগ নিযুক্ত কৰা হয়।

ক্ষমতা আৰু কাৰ্য্যসমূহ

  • এই আয়োগৰ চিভিল কোৰ্টৰ ক্ষমতা থাকিব। চিভিল প্ৰক্ৰিয়া কোড ১৯০৮ ৰ নিয়ম অনুসৰি নিম্ন উল্লিখিত বিষয়সমূহৰ বাবে ই ক্ষমতা লাভ কৰে :
  • ভাৰতৰ যিকোনো অংশৰ পৰা কোনো ব্যক্তিক মাতি পঠিওৱাৰ নিৰ্দেশ জাৰি কৰা আৰু শপত গ্ৰহণৰ ভিত্তিত তেওঁৰ সত্যাসত্য পৰীক্ষা কৰা।
  • কোনো নথিৰ আৱিষ্কাৰ বা উপস্থাপনৰ বাবে প্ৰয়োজন অনুভৱ কৰা।
  • স্বীকৃতিপত্ৰৰ প্ৰমাণ লাভ।
  • ন্যায়ালয় বা কাৰ্য্যালয়ৰ পৰা প্ৰয়োজন অনুসৰি কোনো ৰাজহুৱা লেখ বিচাৰি আবেদন কৰা।
  • সাক্ষী বা নথিপত্ৰৰ পৰীক্ষণৰ বাবে অনুজ্ঞা উলিওৱা।

আয়োগক প্ৰদান কৰা ক্ষমতাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে ইয়াৰ লিংক চাওঁক: ক্লিক কৰক।

 

Downloads
TitleSizeDetail
অনুসন্ধান আয়োগ আইন ,১৯৫২1.56 MBswf-image